মহী (Assamese) [ Roman: mo.hi]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-31
b. Proper Adj.: globalworld wideগোলকীয়জগত-জোৰাবিশ্বজুৰি...
1. Geology(Material Noun-Neuter) the third planet of the solar system where the known biosphere exists. বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
Assamese:
অদিতি অদ্ৰিকীলা অনন্তা অব্ধিদ্বীপা অৱনী আদিমা আদ্যা ইলিকা ইহজগত ইহলোক ইড়া ইড়িকা উৰ্বী কাশ্যপী ক্ষিতি ক্ষিতিজ ক্ষিতিতল ক্ষৌণী খগৱতী গিৰিকৰ্ণিকা গোত্ৰা চতুৰন্তা জগ জগত জগতী জাহান জীৱধানী জ্যা তাৱিষী দক্ষা দোহিনী দ্বিৰা ধাৰয়িত্ৰী ধৰণী ধৰা ধৰাতল ধৰাধাম ধৰিত্ৰী নিশ্চলা নৃলোক নৰলোক পৃথিৱী পৃথ্বী বসুধা বসুন্ধৰা বসুভৃৎ বসুমতী বসুমাতা বিশ্ব বীজপ্ৰসু ভাৰন্ত ভূpfx ভূতল ভূবন ভূমণ্ডল ভূমি ভূলোক ভৱ মনুষ্যলোক মহী মহীতল মহীমণ্ডল মেদিনী মৰ্ত্ত্যভূমি মৰ্ত্ত্যলোক মৰ্ত্যভূমি মৰ্ত্যলোক শ্যামা সপ্তদ্বীপা ৰত্নাৱতী ৰসা
Mising:
Khasi:
Bishnupriya Manipuri:
Kok-Borok:
Hmar:
Nagamese:
TAI-Ahom:
Hindi:
Bangla:
Deori:
TAI-Phake:
TAI-Turung:
Singpho:
Different POS:
a. Abstract Noun: globalizationগোলকীকৰণবিশ্বায়ন...b. Proper Adj.: globalworld wideগোলকীয়জগত-জোৰাবিশ্বজুৰি...
Related Idea:
c. Abstract Noun: worldজগতদুনিয়াবিশ্বভৱলোক...Contributed by: Mrinal Nath on 2008-01-31
2. (Material Noun-Neuter) A coloured liquid used for writing or drawing. লিখিবলৈ বা ছবি আকিবলৈ ব্যৱহাৰ কৰা ৰঙীন জুলীয়া দ্ৰব্য ।
Contributed by: Biraj Kumar Kakati on 2008-01-31
3. (Material Noun-Neuter) A vessel made of material that does not melt easily (especially of ceramic); used for high temperature chemical reactions or to melt metal. উচ্চ তাপত ৰাসায়নিক বিক্ৰিয়া ঘটাবলৈ ব্যৱহাৰ কৰা এটা পাত্ৰ বিশেষ। সাধাৰণতে ধাতু গলাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।