জনৈক (Assamese) [ Roman: jo.noik]
    fm: জনৈকা
    Contributed by: Biraj Kumar Kakati on 2008-03-25
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Pronoun-Common &/or Masculine) Any unspecified person. অনিৰ্দিষ্ট কোনো এজন ব্যক্তি | ইয়াৰে জনৈক পুংলিঙ্গবাচক আৰু জনৈকা স্ত্ৰীলিঙ্গবাচক শব্দ |