1. (Material Noun-Neuter) an entrance through a fence normally built with iron, bamboos or wood. চাৰিওকাষৰ বেৰা বা জেওৰাৰ যিটো অংশইদি অহা-যোৱা কৰাৰ সুবিধাৰ বাবে দুৱাৰৰ দৰে ব্যৱস্থা থাকে।

উৎস-মাধুৰীমা ঘৰফলীয়া
Example Sentences:
1. জপনাখন মাৰি দিয়া।
Related Idea:
a. Material Noun: ...