জাগৰ (Assamese) [ Roman: ja.gor]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    1. (Proper Adj.-Neuter) Lacking sleep or unable to sleep টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
    Contributed by: Biraj Kumar Kakati on 2010-11-02
    2. (Verbal Noun) The act of awaking from sleep or inactiveness. সাৰ পোৱা কাৰ্য, জাগি থকা অৱস্থা৷