তন্দ্ৰাহীন (Assamese) [ Roman: ton.dra.hin]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
    1. (Proper Adj.) always mindful of possible trouble সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    2. (Proper Adj.-Neuter) Lacking sleep or unable to sleep টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |