জৃম্ভন (Assamese) [ Roman: jrim.bhon]
    Contributed by: Anjali Sonowal on 2009-03-18
    1. (Abstract Noun) the act of opening the mouth wide with a deep inhalation, usually involuntarily from drowsiness, fatigue, or boredom. মুখখন বহলকৈ মেলি দকৈ উশাহ লোৱা কাৰ্য্য, সাধাৰণতে আমনি বা ভাগৰ লগা অৱস্থাৰ অনিচ্ছাকৃতভাৱেই।