yawn (English) [ IPA: ˈjɔn ASM: য়ন]
1. (Abstract Noun) the act of opening the mouth wide with a deep inhalation, usually involuntarily from drowsiness, fatigue, or boredom. মুখখন বহলকৈ মেলি দকৈ উশাহ লোৱা কাৰ্য্য, সাধাৰণতে আমনি বা ভাগৰ লগা অৱস্থাৰ অনিচ্ছাকৃতভাৱেই।
2. (Verb-Intran.) To open the mouth wide with a deep inhalation, usually involuntarily from drowsiness, fatigue, or boredom. মুখখন বহলকৈ মেলি দকৈ উশাহ ল, সাধাৰণতে আমনি বা ভাগৰ লগা অৱস্থাত অনিচ্ছাকৃতভাৱেই৷
English:
Khasi:
Garo:
Mizo (Lushai):
Karbi:
Dimasa:
Bangla:
Deori: