ঝঞ্ঝা (Assamese) [ Roman: jhon.jha]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-04
    Ref: চন্দ্ৰকান্ত অভিধান
    1. Geology(Abstract Noun) Violent atmospheric disturbance with strong wind and usually with thunder, hail and rain. তীব্ৰ বতাহ আৰু সাধাৰণতে শিলাবৃষ্টিৰে সৈতে হোৱা ভয়ঙ্কৰ বায়ুমণ্ডলীয় বিসংগতি।