টোপা (Assamese) [ Roman: to`.pa]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-12
1. (Verb-Intran.) to fish with a hook and line বৰশীত টোপ দি তাক পানীত পেলাই মাছক খাবলৈ দি মাছ ধৰ্ |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-12
2. (Verb-Trans.) to let (someone) wait in expectation. (কাৰোবাক) আশা দি দি সময় পাৰ কৰা।