ঢোকা (Assamese) [ Roman: dho’.ka]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-28
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun) act of suspecting something, especially something wrong. কিবা হ’ব বুলি, বিশেষকৈ অশুভ কিবা ঘটিব বুলি অনুমান কৰি চিন্তা কৰা।
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-27
    2. (Material Noun-Neuter) a stick, rod, pole, beam, or other rigid support. কোনো বস্তুক নপৰাকৈ ৰাখিবৰ বাবে লগোৱা বাঁহ আদি ৷