ভেজা (Assamese) [ Roman: bhe.ja]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-27
    1. (Material Noun-Neuter) a stick, rod, pole, beam, or other rigid support. কোনো বস্তুক নপৰাকৈ ৰাখিবৰ বাবে লগোৱা বাঁহ আদি ৷