তচলিম (Assamese) [ Roman: tos.lim Decom:;]
    মুছলমান সমাজৰ ৰীতি অনুযায়ী পিতৃ-মাতৃ বা কোনো বয়সীয়া লোকৰ ভৰি চুই বুকুত হাত থৈ কৰা আচৰণকে তচলিম বোলা
    Contributed by: Anjali Sonowal on 2012-01-20
    1. (Abstract Noun) Greetings when people meet. দুজন ব্যক্তি মিলিত হওঁতে এজনে আনজনক জনোৱা অভিবাদন