তত্ব (Assamese) [ Roman: tot.wo]
alt: তত্ত্ব
1. (Abstract Noun) an idea or explanation of a natural phenomena, which has not yet been proved to be correct . এতিয়ালৈকে সত্য প্ৰমাণিত নোহোৱা কোনো প্ৰাকৃতিক পৰিঘটনাৰ বিষয়ে আগবঢ়োৱা ধাৰণা বা ব্যাখ্যা৷
Contributed by: Krishangi Gogoi on 2021-11-21
2. (Abstract Noun) The basic cause, source, or origin of something
কোনো ঘটনা বা পৰিস্থিতিৰ মূল কাৰক