তাত্ত্বিক (Assamese) [ Roman: ta.twik]
Loading AI analysis...
	Loading Wikipedia extract...
	Contributed by: Partha P Sarmah on 2007-11-12
1. (Proper Adj.-Neuter) concerned with theory; concerned with the ideas and/or principles on which a particular subject is based, rather than with practice and experiment, e.g. theoretical physics.   তত্ত্বৰ সৈতে জড়িত; কোনো বিষয়ৰ (বুনিয়াদ বা ভেটী নিৰ্ভৰ কৰা) ধাৰণা,নীতি বা সূত্ৰৰ  সৈতে জড়িত কলনভিত্ত্বিক বা গণনাৰ সহায়েৰে নিৰ্গত চিন্তা-চৰ্চা৷ ব্যৱহাৰিক পৰীক্ষা নিৰীক্ষাৰ সৈতে বৰ জড়িত নহয়৷
Contributed by: Himasri  Das on 2023-09-07
2. (Common Noun-Common) a person who forms, develops, or studies the theoretical framework of a subject.   যিজন ব্যক্তিয়ে কোনো বিষয়ৰ তাত্ত্বিক কাঠামো গঠন কৰে, বিকাশ কৰে বা অধ্যয়ন কৰে৷
English:
Assamese: