তল্প (Assamese) [ Roman: tol.po]
Contributed by: Mousumi Konwar on 2023-02-07
b. Common Noun-Masculine: husbandআৰ্যপুত্ৰউপযন্তাকান্তক্ষেত্ৰী...
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Common Noun-Feminine) a man's partner in marriage; the female spouse. পুৰুষৰ বৈবাহিক জীৱনৰ সঙ্গী।English:
Assamese:
অংক-লক্ষ্মী অংকশায়িনী অঙ্কশায়ী অৰ্ধাংগী অৰ্ধাঙ্গিনী কলত্ৰ কান্তা ক্ষেত্ৰ গৃহলক্ষ্মী ঘৈণী ঘৈণীয়েক ঘৰণী ঘৰিণী ঘৰুণী জানি জায়া জীৱন-লগৰী জীৱন-সঙ্গিনী জৰু তলোদৰী তল্প দাৰ দাৰা ধনিকা ধৰ্মপত্নী পত্নী পাটীৰ তিৰোতা পুৰন্ধ্ৰী পৰিবাৰ বনিতা ভাৰ্যা ভাৰ্য্যা ল’ৰাহঁতৰ মাক শয্যা-সহচৰী শয্যাসংগিনী সধৰ্মিণী সধৰ্ম্মিণী সহধৰ্মিণী সহধৰ্মী স্ত্ৰী
Bodo:
Meeteilon:
Mizo (Lushai):
Nagamese:
Dimasa:
Santali:
TAI-Turung:
Singpho:
Opp. Gender:
a. Common Noun-Masculine: husbandআৰ্যপুত্ৰউপযন্তাকান্তক্ষেত্ৰী...b. Common Noun-Masculine: husbandআৰ্যপুত্ৰউপযন্তাকান্তক্ষেত্ৰী...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-15
Ref: চন্দ্ৰকান্ত অভিধান
2. (Material Noun-Neuter) A piece of furniture that provides a place to sleep. শুবলৈ যতন কৰা এখন আসন; বিশেষত কাঠেৰে বনোৱা দেখা যায়|English:
Assamese:
Mising:
Khasi:
Garo:
Meeteilon:
Bishnupriya Manipuri:
Mizo (Lushai):
Hmar:
Ao:
TAI-Ahom:
Bangla:
Deori:
Santali:
TAI-Phake:
TAI-Khamti:
TAI-Turung:
Singpho: