থাপক (Assamese) [ Roman: tha.pok]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-11
    1. (Common Noun-Common) One who establishes something or formulates the basis for something. যিয়ে স্থাপন কৰে অথবা কোনো অনুষ্ঠান আদিৰ ভেটি বা আধাৰশিলা স্থাপন কৰি যায়৷