establishment (English) [ IPA: ɪˈstæblɪʃmənt ASM: এষ্টাব্লিচমেণ্ট]
    1. (Abstract Noun) a group of people and their collective hardware formed for a specific purpose like certain commecial activities বাণিজ্যিক কৰ্মৰ নিচিনা কোনো নিৰ্দ্দিষ্ট উদ্দেশ্যে গঠিত হোৱা এটা মানুহৰ গোট আৰু তেওঁলোকৰ সামূহিক সা-সম্পত্তি
    2. (Verbal Noun) the act of establishing an organization কোনো প্ৰতিষ্ঠান বা সংস্থা আৰম্ভ বা থাপনা কৰা কাৰ্য্য
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-27
    3. (Verbal Noun) the act of proving the validity or accuracy of. সত্যতা বা শুদ্ধতা প্ৰতিপন্ন কৰা কাৰ্য্য।