XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    দুখদায়ক (Assamese) [ Roman: dukh.da.yok]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-26
    1. (Proper Adj.-Neuter) which causes pain or hardship. যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।
    English:
    painful
    Assamese:
    কষ্টকৰ কষ্টজনক কষ্টদায়ক ক্লেশজনক ক্লেশদায়ক দুখদায়ক দুখপ্ৰদ পীড়াদায়ক বেজাই বেজায় বেদনাজনক বেদনাদায়ক বেদনাময় যন্ত্ৰণাদায়ক
    Bodo:
    दुखु गोनां
    Deori:
    দুক-নিমামা
    © xobdo.org - a dictionary by you, for you, of you !!