☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
যন্ত্ৰণাদায়ক
(Assamese)
[
Roman:
jon.tro.na.da.yok]
Contributed by:
Prasanta Borah (প্ৰশান্ত বৰা)
on 2008-06-06
1.
(Proper Adj.-Neuter)
which causes pain or hardship. যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।
English:
painful
Assamese:
কষ্টকৰ
কষ্টজনক
কষ্টদায়ক
ক্লেশজনক
ক্লেশদায়ক
দুখদায়ক
দুখপ্ৰদ
পীড়াদায়ক
বেজাই
বেজায়
বেদনাজনক
বেদনাদায়ক
বেদনাময়
যন্ত্ৰণাদায়ক
Bodo:
दुखु गोनां
Deori:
দুক-নিমামা