ধীৰে (Assamese) [ Roman: dhi.re]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-16
    1. (Adverb) moving or proceeding with little or less than usual speed or velocity গতানুগতিক বেগতকৈ কিছু কম বেগেৰে বা ধীৰ গতিৰে লৰচৰ কৰা বা আগুৱাই যোৱা