1. (Abstract Noun) A deviation from the horizontal or vertical. লম্ব বা ভূ-সমান্তৰাল অৱস্থাৰ পৰা বিচ্যুতি
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-03-17
2. (Abstract Noun) A gesture of showing respect by bending forward at the waist. সন্মুখলৈ হালি মূৰ দোঁৱাই সন্মান জনোৱা ভঙ্গী