নিকৰী (Assamese) [ IPA: ni.kɔ.ɹi]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Rhitwik Borthakur on 2025-11-24
1. Fruits(Common Noun-Common) any aquatic plant of the genus Trapa, bearing an edible, nutlike fruit, esp. T. natans, of the Old World. শিঙৰি এবিধ জলজ উদ্ভিদ৷ ইয়াৰ কাণ্ড পানীত ওপঙি থাকে আৰু ফলবোৰ পানীৰ তলত বিকশিত হয়৷ শিঙৰিৰ ফলটো পূৰঠ হ’লে ক’লা ৰং হয় আৰু তাৰ ভিতৰত গাখীৰৰ দৰে অংশ পোৱা যায়৷ ইয়াক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়৷
Contributed by: Rhitwik Borthakur on 2025-11-24
2. (Common Noun) The principal variety of transplanted paddy used to cultivate in the low land. It is used to cultivate after the monsoon has arrived. ৰুপিত বা দ মাটিত ৰোৱা ডাঙৰ চাউলৰ এজাতি প্ৰধান ধান ৷
