নিয়োজন (Assamese) [ Roman: ni.yo`.jon]
    Contributed by: Anjali Sonowal on 2009-12-20
    1. (Verbal Noun) the act of establishing an organization কোনো প্ৰতিষ্ঠান বা সংস্থা আৰম্ভ বা থাপনা কৰা কাৰ্য্য
    Contributed by: Anjali Sonowal on 2009-12-20
    2. (Verbal Noun) The act of using or applying something. কোনো বস্তু ব্যৱহাৰ কৰা বা খটুৱা কাৰ্য্য ৷