নিৰ্যাণ (Assamese) [ Roman: nir.jan]
alt: নিৰ্য্যাণ
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
b. Verb-Intran.: dieexpireঅনন্ত ধামলৈ গতি কৰ্ইহলীলা সম্বৰণ কৰ্ইহলোক সামৰ্...
1. (Abstract Noun) the state of not having life প্ৰাণ নোহোৱা হৈ যোৱা অৱস্থা
Assamese:
অনন্ত-পথ আয়ুপাত আয়ুশেষ ইন্তেকাল ইহলীলা সম্বৰণ উৎক্ৰমণ এন্তেকাল কালগ্ৰাস কালান্তক চিৰনিদ্ৰা চিৰশান্তি জীৱন-পতন জীৱনান্ত তিৰোধান তিৰোভাৱ দেহ-ত্যাগ দেহান্ত দেহাৱসান দেহৰক্ষা নিধন নিৰ্যাণ পঞ্চত্বপ্ৰাপ্তি প্ৰাণ-ত্যাগ প্ৰাণ-প্ৰয়াণ প্ৰাণহানি প্ৰাণান্ত প্ৰয়াণ পৰলোক গমন পৰলোক-প্ৰাপ্তি ফৌত্ বৈকুণ্ঠগামী বৈকুণ্ঠপ্ৰয়াণ মহানিদ্ৰা মহাপ্ৰস্থান মহাপ্ৰয়াণ মহাযাত্ৰা মহাশয়ন মৃত্যু মোক্ষপ্ৰাপ্তি মৰণ যম স্বৰ্গগতি স্বৰ্গগমন স্বৰ্গলাভ স্বৰ্গাৰোহণ স্বৰ্গাৰোহন স্বৰ্গী হত
Garo:
Meeteilon:
Bishnupriya Manipuri:
Mizo (Lushai):
Nagamese:
Dimasa:
Ao:
TAI-Ahom:
Rabha:
Tiwa:
Deori:
TAI-Phake:
TAI-Khamti:
TAI-Turung:
Singpho:
Different POS:
a. Proper Adj.-Neuter: deadlifelessঅপহতগতায়ুগতায়ুষ...b. Verb-Intran.: dieexpireঅনন্ত ধামলৈ গতি কৰ্ইহলীলা সম্বৰণ কৰ্ইহলোক সামৰ্...
Related Idea:
c. Abstract Noun-Neuter: hadesপৰলোকলোকান্তৰসিপুৰীगोथै थाग्रा जायगा...Super Idea:
d. Abstract Noun: সলিল-সমাধি...Contributed by: Biraj Kumar Kakati on 2008-11-16
b. Verb-Trans.: blightbreakdamagedefacedemolish...
2. (Abstract Noun) the act of rendering useless by breaking into pieces or any other means. ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।
Assamese:
আহৰি উচ্ছন্ন উচ্ছেদ উচ্ছেদসাধন উলি উৎপাটন উৎসন্ন উৎসাদ উৎসাদন কদন কন্ধপাত খাস্তাং ছাৰখাৰ তৰ্ণাস্তি ধ্বংস ধ্বংসকাৰ্য্য ধ্বংসযজ্ঞ ধ্ৱংস নষ্ট নাশ নাশকৰণ নিঃশেষ নিৰষাণ নিৰ্মূলকৰণ নিৰ্মূলন নিৰ্যাণ পণ্ড প্ৰণাশ বিচূৰ্ণ বিধ্বংস বিনশন বিনষ্ট বিনাশ বিনাশন বিমোড়ন বিলয় ভংগ মৰ্দন মৰ্দনা মৰ্দ্দন মৰ্দ্দনা লঙ্কাকাণ্ড সমুচ্ছেদ সমুৎপাটন সাং স্কন্ধপাত
Mising:
Dimasa:
Nepali:
Deori:
Different POS:
a. Verbal Adj.: devastateddug upravagedruinedঅধঃপতিত...b. Verb-Trans.: blightbreakdamagedefacedemolish...