পতকচ্চাপতঙ্গ
পতগ (Assamese) [ Roman: po.tong]
Contributed by: Anjali Sonowal on 2008-09-26
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
পতগ (Assamese) [ Roman: po.tong]
Contributed by: Anjali Sonowal on 2008-09-26
1. Zoology(Common Noun-Common) A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings. এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
English: aves, bird,
Assamese: উৎপত, কণ্ঠাগ্নি, কাণ্ডচাৰী, খগ, খগম, খেচৰ, গগনগতি, গগনচাৰী, গগনচৰ, গগনবিহাৰী, চৰাই, জিহ্বাৰদ, নভৌকা, পংখী, পক্ষধৰ, পক্ষী, পখী, পতগ, পতত্ৰি, পত্ৰী, পত্ৰৰথ, বিহংগ, বিহংগম, বিহগ, বিহগী, বিহঙ্গ, বিহঙ্গম, শূন্যগামী,
Bodo: दउ, दाउस्रि, दाव,
Mising: péttang,
Khasi: ka sim,
Garo: do.buring, do.o, doao,
Meeteilon: uchek,
Bishnupriya Manipuri: চেঞ্চরা, চেরৌ,
Karbi: vo, wo, wotek woso,
Kok-Borok: tok,
Hmar: vate,
Nagamese: cheria, chorai, ciria, ciriya, pokhi, siria, sorai,
Dimasa: dao,
Ao: waza,
TAI-Ahom: ডুক, নুক,
Hindi: पक्षी,
Bangla: খগ, পাখি, পাখী, বার্ড, বিহঙ্গ,
Rabha: পখি,
Tiwa: tu,
Deori: দুৱা,
Santali: cẽ̱ṛẽ̱,
TAI-Khamti: nowk,
TAI-Turung: wuu,
Singpho: u,
Tutsa: voh

Lower Magnitude:
a. Common Noun-Common: চিৰিকতি...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
2. Hinduism(Proper Noun-Masculine) A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes. মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷
English: garuda,
Assamese: অৰ্ক্ষ্য, কশ্যপনন্দন, কামায়ু, কাশ্যপেয়, খগপতি, খগাধিপ, খগেন্দ্ৰ, খগেশ্বৰ, খগৰাজ, গৃধ্ৰ, গৃধ্ৰৰাজ, গৰুণ, গৰুণ্ড, গৰুত্মান, গৰুড়, গৰুড়পক্ষী, তাৰ্ক্ষপুত্ৰ, পক্ষীন্দ্ৰ, পক্ষীৰাজ, পতগ, পতত্ৰীৰাজ, পন্নগাশন, বিনতানন্দন, বিষ্ণুবাহন, বৈনতেয়, সিতানন, সুপৰ্ণ, সৌপৰ্ণ, স্বৰ্ণপক্ষ, সৰ্পভুক, সৰ্পাশন