পুনঃসৃষ্টি (Assamese) [ Roman: pu.noh.sris.ti]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-07-25
    1. Biology(Abstract Noun) the restoration or new growth by an organism of organs, tissues, etc., that have been lost, removed, or injured জীৱদেহৰ কোনো অংগ, কলা আদি আঘাত-প্ৰাপ্ত হোৱা, আঁতৰ কৰা বা হেৰুৱাৰ পাছত পুনৰ গঠিত হোৱা অথবা নতুনকৈ বাঢ়ি অহা প্ৰক্ৰিয়া