পেৰা (Assamese) [ Roman: pe.ra]
    alt: পেড়া
    1. Cuisine-Food(Material Noun-Neuter) an assamese sweet made with milk, cream and sugar. গাখীৰ, চানা (ক্ৰিম) চেনি আদিৰে তৈয়াৰ কৰা এবিধ মিঠাই ৷

    0
    English:
    Assamese:
    Dimasa:
    Contributed by: Ranjita Pegu on 2006-03-17
    2. (Material Noun-Neuter) a container, case, or receptacle, usually rectangular, of wood, metal, cardboard, etc., and often with a lid or removable cover. সাধাৰণতে আয়তাকাৰ, কাঠ, ধাতু, ডাঠ-বকলা আদিৰে নিৰ্মিত আৰু এখন খোলা-বন্ধ কৰিব পৰা ঢাকনি থকা বস্তু ৰখা পাত্ৰ বা আচবাব।