Baksa (English) [ IPA: [IPA] ASM: বাকছা]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-26
    1. Place(Proper Noun-Neuter) Baksa district is one of the 27 districts of Assam. It is in westrn Assam in north bank of river Brahmaputra. বাক্সা জিলা অসমৰ ২৭ খন প্ৰশাসনিক জিলাৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থান হৈছে মুছলপুৰ৷ বাক্সা জিলা বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত৷ ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়৷ বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ৷

    Description

    baksa (Garo) [ IPA: baksa]
    Contributed by: Shruti NR Baruah on 2024-11-30
    2. (Abstract Noun) the pure color of a clear sky; the primary color between green and violet in the visible spectrum, an effect of light with a wavelength between 450 and 500 nm. ফৰকাল আকাশৰ বিশুদ্ধ ৰং; সূৰ্য্য ৰশ্মিৰ সেডজীয়া আৰু বেগুণীয়াৰ মাজৰ ৰং, ৪৫০ আৰু ৫০০ নেন’মিটাৰৰ ভিতৰত তৰঙ্গ দৈৰ্ঘ্য-বিশিষ্ট পোহৰৰ প্ৰভাৱ

    baksa (Santali)
    Contributed by: Joy Sagar Murmu on 2024-06-26
    3. (Material Noun-Neuter) a container, case, or receptacle, usually rectangular, of wood, metal, cardboard, etc., and often with a lid or removable cover. সাধাৰণতে আয়তাকাৰ, কাঠ, ধাতু, ডাঠ-বকলা আদিৰে নিৰ্মিত আৰু এখন খোলা-বন্ধ কৰিব পৰা ঢাকনি থকা বস্তু ৰখা পাত্ৰ বা আচবাব।