প্ৰত্যৰ্থী (Assamese) [ Roman: pro.tyor.thi]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-19
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Common Noun-Common) a person who is on trial for committing a crime. যাৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে ।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-19
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun) a person or group of people opposing, criticizing, or protesting something, someone, or another group. কোনো কথা, ব্যক্তি বা দলৰ বিৰোধিতা, সমালোচনা বা প্ৰতিবাদ কৰা আন কোনো ব্যক্তি বা দল