প্ৰযুক্ত (Assamese) [ Roman: pro.juk.to]
    Contributed by: Biraj Kumar Kakati on 2007-02-15
    1. (Verbal Adj.) Having a link between two or more systems, persons, objects, events etc. দুটা বা ততোধিক প্ৰক্ৰিয়া, মানুহ, বস্তু অথবা ঘটনাৰ মাজত সম্বন্ধ থকা|
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-17
    2. (Proper Adj.) Put into practice or a particular use. অনুশীলন আৰু নিৰ্দিষ্ট ব্যৱহাৰত প্ৰয়োগ কৰা বিষয়ক৷