বলিয়া (Assamese) [ Roman: bo.li.ya]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-07-13
    1. (Proper Adj.-Common &/or Masculine) Suffering from a mental disorder resulting in abnormal behavior মানসিক ৰোগত ভূগি অস্বাভাৱিক আচৰণ কৰা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-07-31
    2. Handicraft(Material Noun-Neuter) a hammer-like instrument made of earth used by a potter পোৰা-মাটিৰে গঢ়া কুমাৰে মাটিৰ পাত্ৰ গঢ়োঁতে ব্যৱহাৰ কৰা হাতুৰীৰ দৰে সঁজুলি