বাকী (Assamese) [ Roman: ba.ki]
    1. (Abstract Noun) the remaining sum after all credits and debits are taken into account সকলো জমা-খৰচৰ হিচাপ কৰাৰ পাছত হাতত থকা ধন
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-28
    Ref: চন্দ্ৰকান্ত অভিধান
    2. Business-Commerce-Economics(Abstract Noun) Money or goods or services owed by one person to another. এজনে আনজনক দিবলৈ বা পৰিশোধ কৰিবলৈ থকা ধন, সামগ্ৰী বা সেৱা।
    3. (Abstract Noun-Neuter) What is left after other parts have been used or removed আন অংশবোৰ ব্যৱহাৰ কৰা বা আঁতৰোৱাৰ পাছত ৰৈ যোৱা অংশ
    English:
    Mizo (Lushai):
    Karbi:
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-06
    4. Mathematics(Abstract Noun) the portion of the dividend that is not evenly divisible by the divisor ভাজকৰ দ্বাৰা সমানে বিভাজ্য নোহোৱা ভাজ্যৰ অংশ