ধাৰ (Assamese) [ Roman: dhar]
1. Business-Commerce-Economics(Abstract Noun) Money or goods or services owed by one person to another. এজনে আনজনক দিবলৈ বা পৰিশোধ কৰিবলৈ থকা ধন, সামগ্ৰী বা সেৱা।
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
2. (Abstract Noun) flow of sth; like that of water, electricity, even people বস্তুৰ বৈ যোৱা গতি, যেনেঃ পানী, বিদ্যুত্, আনকি মানুহৰো
3. (Abstract Noun) the ability of an edge to cut কোনো দাঁতিৰ কাটিব পৰা গুণ