বিচাৰ-খোঁচাৰ (Assamese) [ Roman: bi.sar-kho`~.sar]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-10
    1. (Abstract Noun) the act of systematically doing a detailed or careful study or examination for evidence of an act and to ascertain facts কোনো কাৰ্য্যৰ সাক্ষ্য বিছাৰি বা সত্যাসত্য নিৰূপণ কৰাৰ বাবে পদ্ধতিগত ভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণ