ভগদত্ত (Assamese) [ Roman: bho.go.dot.to]
    Contributed by: Jamini Anurag on 2010-10-26
    Ref: চন্দ্ৰকান্ত অভিধান
    1. Historial(Proper Noun-Masculine) a king of Kamarupa as mentioned in the Mahabharata কামৰূপৰ এজন ৰজা, এওঁ কুৰুক্ষেত্ৰ যুদ্ধত দুৰ্য্যোধনৰ ফলীয়া হৈ যুদ্ধ কৰি অৰ্জ্জুনৰ হাতত মৃত্যু হয় ৷