ভেটি (Assamese) [ Roman: bhe.ti]
    alt: ভেঁটী
    Contributed by: Biraj Kumar Kakati on 2010-10-31
    1. (Abstract Noun) the principal element or ingredient of anything, considered as its fundamental part কোনো বস্তুৰ প্ৰধান উপাদান, যাক তাৰ মৌলিক অংশৰূপে ধৰা হয় ৷
    Contributed by: Biraj Kumar Kakati on 2010-08-14
    2. (Abstract Noun-Neuter) Money or gift given or taken in return of undue favour প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে দিয়া বা লোৱা ধন অথবা উপহাৰ