মেঠ (Assamese) [ Roman: meth]
    Contributed by: Biraj Kumar Kakati on 2010-08-14
    1. (Abstract Noun-Neuter) Money or gift given or taken in return of undue favour প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে দিয়া বা লোৱা ধন অথবা উপহাৰ