মস্তক (Assamese) [ Roman: mos.tok]
    Contributed by: Biraj Kumar Kakati on 2008-03-29
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. Anatomy(Material Noun-Neuter) The uppermost or forwardmost part of the body of a vertebrate, containing the brain and the eyes, ears, nose, mouth, and jaws. মগজু, আৰু চকু, কাণ, নাক, মুখ আৰু হনু ধাৰণ কৰা মেৰুদণ্ডী প্ৰাণীৰ দেহৰ আটাইতকৈ ওপৰৰ অথবা সমুখৰ অংশ