মোচাবিদা (Assamese) [ Roman: mo`.sa.bi.da]
    Contributed by: Biraj Kumar Kakati on 2008-03-09
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Abstract Noun) opinion about what could or should be done about a situation or problem. কোনো পৰিস্থিতি বা সমস্যাৰ পৰিপ্ৰেক্ষিতত কি কৰিব পাৰি বা কৰা উচিত সেই সম্পৰ্কে মতামত।
    Contributed by: Biraj Kumar Kakati on 2008-03-09
    Ref: হেমকোষ (পুৰণি)
    2. (Abstract Noun) A preliminary sketch of a design or picture; any of the various versions in the development of a written work. কোনো কামৰ বাবে কৰা পৰিকল্পনামূলক লিখনি অথবা চিত্ৰ