যাদু (Assamese) [ Roman: ja.du]
    Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-20
    1. (Abstract Noun) the quality of fascinating, alluring, or attracting, esp. by a combination of charm and good looks সুন্দৰ আৰু আৱেদনময় চেহেৰাৰে আনক আকৰ্ষণ বা উত্তেজিত কৰিব পৰা গুণ থকা ৷
    Contributed by: Swapnita Kakati on 2006-08-20
    2. (Abstract Noun) the ability or show of performing tricks of impossible phenomena or event কৌশলেৰে অসম্ভৱ যেন লগা কাৰ্য্য বা ঘটনাৰ প্ৰদৰ্শন