টোটক (Assamese) [ Roman: to`.tok]
    Contributed by: Biraj Kumar Kakati on 2010-11-14
    1. (Abstract Noun) the quality of fascinating, alluring, or attracting, esp. by a combination of charm and good looks সুন্দৰ আৰু আৱেদনময় চেহেৰাৰে আনক আকৰ্ষণ বা উত্তেজিত কৰিব পৰা গুণ থকা ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-14
    2. (Verbal Noun) Spiteful talk about a person who is not present. লোকৰ অহিত চিন্তা কৰি অইন মানুহৰ আগত লগাই কোৱা কথা ।