XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    লীন-মুক্তি (Assamese) [ Roman: lin-muk.ti]
    Contributed by: Mousumi Konwar on 2023-04-13
    Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
    1. (Abstract Noun) Deliverance from the power or penalty of sin, redemption. পাপৰ শাস্তিৰ পৰা নিবৃত্তি বা উদ্ধাৰ
    English:
    salvation
    Assamese:
    অপবৰ্গ অবন্ধন অভয়-পদ অৱমোচন উপৰতি উপৰাম কৈৱল্য ত্ৰাণ দুঃখান্ত নিবৃত্তি নিৰ্বাণ নিৰ্যান পৰমগতি পৰমাৰ্থ পৰম্পদ পৰস্পদ পৰিনিৰ্বাণ পৰিমোক্ষ পৰিমোক্ষণ বিমোচন মহানিৰ্বাণ মহানিৰ্ব্বাণ মুকুতি মুক্তি মোক্ষ মোক্ষণ মোক্ষপদ মোচন লীন-মুক্তি
    Meeteilon:
    araan khubam
    Nagamese:
    mukti poritran poritron
    Hindi:
    मोक्ष
    Deori:
    উদাৰিবা তৰাবা
    © xobdo.org - a dictionary by you, for you, of you !!