☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
লুকাই
(Assamese)
[
Roman:
lu.kai]
Contributed by:
Prasanta Borah (প্ৰশান্ত বৰা)
on 2008-05-16
1.
(Adverb)
done or carried out without the knowledge of others আন কোনোৱে জানিব নোৱাৰাকৈ
English:
secretly
Assamese:
অগোচৰে
অন্তৰি
অপ্ৰকাশ্যে
অবিদিতে
আঁতে-আঁতে
আঁৰত
আঁৰে আঁৰে
আলেঙে-আলেঙে
গুপুতে
গুপুতে-গুপুতে
গুপ্তভাৱে
গোপনে
চোৰাংকৈ
তলে তলে
থাপ-থুপকৈ
থাপে-থুপে
নিভৃতে
নিমুৱাকৈ
ভিতৰি
ভিতৰি-ভিতৰি
ভিতৰুৱাকৈ
ভিতৰে ভিতৰে
মন`ক মিথে
bo
মনে মনে
লুং-লুং কৰে
লুকাই
লুকাই-চুৰকৈ
লোকচক্ষুৰ অন্তৰালত
সংগোপনে
সংগোপে
Deori:
কুম-কুমনা
চ্চিকুম-চ্চিকুমনা
তিতিচ্চা
লাচেং-বচেংনা