XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    সংগোপে (Assamese) [ Roman: xong.go’.pe]
    Contributed by: Anjali Sonowal on 2009-10-14
    1. (Adverb) done or carried out without the knowledge of others আন কোনোৱে জানিব নোৱাৰাকৈ
    English:
    secretly
    Assamese:
    অগোচৰে অন্তৰি অপ্ৰকাশ্যে অবিদিতে আঁতে-আঁতে আঁৰত আঁৰে আঁৰে আলেঙে-আলেঙে গুপুতে গুপুতে-গুপুতে গুপ্তভাৱে গোপনে চোৰাংকৈ তলে তলে থাপ-থুপকৈ থাপে-থুপে নিভৃতে নিমুৱাকৈ ভিতৰি ভিতৰি-ভিতৰি ভিতৰুৱাকৈ ভিতৰে ভিতৰে মন`ক মিথে bo মনে মনে লুং-লুং কৰে লুকাই লুকাই-চুৰকৈ লোকচক্ষুৰ অন্তৰালত সংগোপনে সংগোপে
    Deori:
    কুম-কুমনা চ্চিকুম-চ্চিকুমনা তিতিচ্চা লাচেং-বচেংনা
    © xobdo.org - a dictionary by you, for you, of you !!