শিষ্টাচাৰ (Assamese) [ Roman: xis.ta.sar]
    Contributed by: Rupankar Mahanta on 2006-12-08
    1. (Abstract Noun) Conventional rules of social behaviour or professional conduct সামাজিক ব্যৱহাৰ অথবা বৃত্তিগত আচৰণৰ প্ৰচলিত নিয়ম
    Contributed by: Bikram M Baruah on 2006-12-08
    2. (Abstract Noun) the quality of showing good manners toward others, as in behavior, speech, etc. ব্যৱহাৰ, কথা-বতৰা আদিৰ ক্ষেত্ৰত আনৰ প্ৰতি ভাল আচৰণ দেখুওৱা গুণ।