শ্লথ (Assamese) [ Roman: sloth]
    Contributed by: Biraj Kumar Kakati on 2011-03-01
    1. (Proper Adj.) Not tightly held or fixed, etc. টানকৈ ধৰি বা বান্ধি নোথোৱা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-15
    2. (Verbal Adj.) Taking relatively long time to do a thing প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |