সঁচা (Assamese) [ Roman: xo~.sa Origin: সং. (হেম১৩)]
adv: সঁচাকৈ
Contributed by: Biraj Kumar Kakati on 2011-07-14
1. (Proper Adj.) Consistent with fact or reality প্ৰকৃত তথ্যৰ সৈতে সম্পূৰ্ণ মিল থকা
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-01-28
2. (Abstract Noun) a statement that can be proved or has been proved to be valid and factual. প্ৰকৃত তথ্যৰ ওপৰত আধাৰিত বা তথ্য-ভিত্তিক বুলি প্ৰমাণ কৰিব পৰা বা কৰা বক্তব্য।