সম্পূৰ্ণ (Assamese) [ Roman: xom.pur.no]
    adv: সম্পূৰ্ণকৈ, সম্পূৰ্ণৰূপে, সম্পূৰ্ণভাৱে
    Contributed by: Biraj Kumar Kakati on 2006-03-17
    1. (Proper Adj.-Common) Having every necessary or normal part or component or step. আদিৰ পৰা অন্তলৈকে থকা, কোনো ভাগ বাদ নপৰা |
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-04
    2. (Proper Adj.) In good condition or without a defect or imperfection. ভাল অৱস্থাত থকা, বা কোনো দোষ বা ঘূণ নথকা।