স্বতন্ত্ৰ (Assamese) [ Roman: swo.ton.tro]
    adv: স্বতন্ত্ৰভাৱে
    Contributed by: Biraj Kumar Kakati on 2007-04-26
    1. (Proper Adj.-Common) enjoying personal rights or liberty, as a person who is not in slavery (দাসত্বত বন্দী নোহোৱা এজন ব্যক্তিয়ে) ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰি থকা
    Contributed by: Rupankar Mahanta on 2007-04-26
    2. (Proper Adj.-Common) Not depending on someone else or something else for its existence or validity নিজৰ অস্তিত্ব বা বৰ্ত্তি থকাৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰা
    Contributed by: Himasri Das on 2023-09-04
    3. (Proper Adj.-Common) having a firm basis in reality, important, and meaningful. বাস্তৱত দৃঢ় ভিত্তি থকা, গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ৷