উন্মুক্ত (Assamese) [ Roman: un.muk.to]
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2008-01-27
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Proper Adj.-Common) Saying what one thinks without hiding. অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
    Contributed by: Bikram M Baruah on 2011-10-15
    2. (Proper Adj.-Common) enjoying personal rights or liberty, as a person who is not in slavery (দাসত্বত বন্দী নোহোৱা এজন ব্যক্তিয়ে) ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰি থকা